Monday, November 25, 2019

অসম গেছ কোম্পানীত চাকৰি |

অসম গেছ কোম্পানীত চাকৰি


 অসমৰ গেছ কোম্পানী নামৰ কোম্পানীতোট চাকৰি আগ্ৰহী পাথীয়ে আবেদন কৰিব পাৰে ।
অসম গেছ কোম্পানীত চাকৰি



অন্তিম তাৰিখ - ০২/১২/২০১৯

পদ সমূহৰ নাম  - 

Officer, - 
শিক্ষ্যাগত অৰ্হতা - Chartered Accountant.
Assistant Manager 
শিক্ষ্যাগত অৰ্হতা - Chartered Accountant. Minimum 5(five) years

Sr. Manager /Chief Manager
শিক্ষ্যাগত অৰ্হতা -  Chartered Accountant.

Assistant Manager
শিক্ষ্যাগত অৰ্হতা - Full time MBA

Assistant Manager
শিক্ষ্যাগত অৰ্হতা - graduate in any discipline and LLB from a Govt.

Sr. Manager (Marketing )
শিক্ষ্যাগত অৰ্হতা - Full time MBA (in Marketing Management)

Mandal / Jr. Div. Assistant (Land)
শিক্ষ্যাগত অৰ্হতা - HSLC passed along with 6 months Recorders Certificate

বয়স - ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হব লাগিব

কেনেদৰে আবেদন কৰিব 
আবেদন কৰিবলৈ তলত দিয়া ঠিকনাত নিজৰ Biodata পথাব লাগিব ।

Managing Director
Assam Gas Company Limited
Duliajan, Dibrugarh
Pin: 786602
Assam

 বিজ্ঞাপন - ইয়াত চাওঁক



No comments:

Post a Comment