Thursday, November 21, 2019

যোৰহাটত ভাৰতীয় সেনাৰ ৰেলী -niyogbarta

যোৰহাটত ভাৰতীয় সেনাৰ ৰেলী 

tezpur indian army rally


যোৰহাটত ভাৰতীয় সেনাৰ ৰেলী আজিয়েই কৰক আবেদন |  আবেদন বিচৰা জিলা সমুহ হল - যোৰহাট,মাজুলি, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেওঁ, ধেমাজি, লক্ষীমপুৰ, কাৰবিআলং.

 আবেদনৰ অন্তিম তাৰিখ - ০৩/০১/২০১৯  

ৰেলীৰ তাৰিখ ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ 

পদৰ নাম - Soldier General Duty, Soldier Technical, Soldier Clerk/ Store Keeper Technical/ All Arms, Soldier Tradesman

ৰেলীৰ স্থান - Meghna Sports Stadium, Solmara Military Station, Tezpur, Assam

 শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ ।

আবেদনৰ লিংক - ইয়াত চাওঁক

 বিজ্ঞাপন - ইয়াত চাওঁক





No comments:

Post a Comment