Saturday, November 30, 2019

মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়ত চাকৰি

মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়ত চাকৰি 

মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়ত চাকৰি



মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়ত ০৯/১২/২০১৯
 তাৰিখৰ পৰা ৬ মহীয়া পদৰ বাবে সাক্ষ্যাৎকাৰ 
আৰমভ হব
যদি আপোনালোকে সেই সাক্ষ্যাৎকাৰত 
অংসগ্ৰহণ কৰিব বিছাৰিছে তেনেহলে তলত দিয়া 
পদ সমূহৰ বাবে
 সাক্ষ্যাৎকাৰ  দিব পাৰে |
পদ সমূহৰ নাম - Accountant,Junior
Assistant,Driver,Peon,Chowkidar,Cleaner,
শিক্ষাগত অৰ্হতা - Peon,Chowkidar,Cleaner - ৰৰ কাৰণে 

৮ পাছ
Accountant,Junior
Assistant,- Graduate with six months 
Computer Diploma.
Driver - মেট্ৰিক পাছ

বয়স - ১৮ বছৰৰ পৰা হব লাগিব


স্থান - মাজুলি সাংস্কৃতিক বিশ্ববিদ্যালয়


সময় - ১০ বজাৰ পৰা





No comments:

Post a Comment