Tuesday, November 26, 2019

NF Railway ত চাকৰি

NF Railway ত চাকৰি আগ্ৰহী সকলে আবেদন কৰিব পাৰে

nf-railway-guwahati-recruitment-2019



অন্তিম তাৰিখ - ০৭/০১/২০১৯

মুঠ পদ - ১২ 

পদ সমূহৰ নাম - Group 'C' (২ পদ)
 শিক্ষাগত অৰ্হতা - ১২ পাছ লগতে ৫০% 

Group 'D' (১০ পদ)
শিক্ষাগত অৰ্হতা - ১০ পাছ লগতে আই টি আই হব লাগিব

বয়স - ১৮ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হব লাগিব

কেনেদৰে আবেদন কৰিব - আবেদন কৰিবলৈ আপোনালোকে ডাক যোগেদি
 তলত দিয়া ঠিকনাত আবেদন সহ সকলো নথি গাথি দি পথাব লাগিব

ঠিকনাটো হল - Senior Personnel Officer (Recruitment), 
Office of the Principal Chief
 Personnel Officer, Northeast Frontier Railway HQ, 
Maligaon, Guwahati —784 011 (Assam) 

বিজ্ঞাপন - ইয়াত



No comments:

Post a Comment