Sunday, November 24, 2019

ৰেলৱে Group D ৰ পৰীক্ষা কেতিয়া হব-niyogbarta

ৰেলৱে Group D ৰ পৰীক্ষা কেতিয়া হব 


Ndtv খবৰ অনুখৰি 
ৰেলৱে পৰীক্ষা পাতিবলৈ এটা নতুন এজেঞ্চী দিবলৈ গৈ আছে আৰু
 যেতিয়াই সেই এজেঞ্চীৰ নিযুক্তি হব তেতিয়াই ৰেলৱেৰ সকলো 
ধৰণৰ পৰীক্ষা অনুস্থিত কৰিব । আৰু ৰেলৰ কতিপক্ষ্যই কৈছে
 যে অহা ডিচেম্বৰ মাহত এজেঞ্চী নিযুক্তি হব । 
তাৰ লগে লগে সকলো পৰীক্ষা জানুৱাৰী শেষত সকলো পৰীক্ষা অনুস্থিত কৰিব
  

No comments:

Post a Comment