| সংগঠনৰ নাম | ভাৰতীয় সেনাবাহিনী |
|---|---|
| পদৰ সবিশেষ | অগ্নিবীৰ জেনেৰেল ডিউটী (জিডি), অগ্নিবীৰ টেকনিকেল, ক্লাক/ষ্টোৰকীপাৰ টেকনিকেল, ট্রেডছমেন, ছোল্ডাৰ ফাৰ্মা, ছোল্ডাৰ টেকনিকেল নাৰ্ছিং এছিছষ্টেণ্ট আৰু মহিলা সামৰিক আৰক্ষী। |
| মুঠ পদৰ সংখ্যা | ২৫,০০০+ |
| শিক্ষাগত অৰ্হতা | অষ্টম, দশম আৰু দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। |
| দৰমহা | ৩০,০০০/- (১ম বৰ্ষ), ৩৩,০০০/- (২য় বৰ্ষ), ৩৬,৫০০/- (৩য় বৰ্ষ) আৰু ৪০,০০০/- (৪ৰ্থ বৰ্ষ) |
| বাছনিৰ পৰ্যায় | কম্পিউটাৰভিত্তিক পৰীক্ষা, নিযুক্তি ৰেলী, নথি-পত্র পৰীক্ষণ। |
| পৰীক্ষাৰ স্তৰ | ৰাষ্ট্ৰীয় পৰ্যায়। |
| বয়সৰ সীমা | ১৭.৫ ৰ পৰা ২১ বছৰ |
| আবেদন মাচুল | সকলো শ্ৰেণীৰ ২৫০ টকা। |
| আবেদনৰ অন্তিম তাৰিখ | ১ এপ্রিললৈ। |
| ৱেবছাইট | joinindianarmy.nic.in |