📢 SSC MTS Admit Card 2026 OUT
নিয়োগ বাৰ্তা (Niyog Barta): Staff Selection Commission (SSC) এ SSC MTS & Havaldar Admit Card 2026 আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছে, তেওঁলোকে এতিয়া নিজৰ CBT Admit Card অনলাইনযোগে ডাউনলোড কৰিব পাৰিব।
📌 SSC MTS Admit Card 2026 – সংক্ষিপ্ত তথ্য
- সংস্থা: Staff Selection Commission (SSC)
- পৰীক্ষাৰ নাম: Multi Tasking Staff (MTS) & Havaldar
- পৰীক্ষাৰ ধৰণ: Computer Based Test (CBT)
- Admit Card অৱস্থা: ✅ Available
- Official Website: ssc.gov.in
🗓️ SSC MTS Exam Date 2026
SSC MTS CBT পৰীক্ষা February 2026 মাহত বিভিন্ন তাৰিখত অনুষ্ঠিত হ'ব। সঠিক Exam Date, Shift, Reporting Time আৰু Exam Centre Admit Card ত উল্লেখ থাকিব।
⬇️ SSC MTS Admit Card 2026 কেনেকৈ ডাউনলোড কৰিব?
- SSCৰ Official Website খোলক – Click Here
- “Admit Card” বা “Latest News” Section ত যাওক
- SSC MTS Admit Card 2026 Link ত Click কৰক
- Registration Number / Roll Number আৰু Date of Birth প্ৰৱেশ কৰক
- Submit কৰক আৰু Admit Card Download কৰক
- একাধিক Print Out ৰাখিব
🔗 Important Links (Eye Comfort Red)
📌 পৰীক্ষাৰ দিনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
- Printed Admit Card লৈ যোৱাটো বাধ্যতামূলক
- Valid Photo ID (Aadhaar / Voter ID / PAN) লগত ৰাখিব
- Exam Centre ত Reporting Time আগতেই উপস্থিত হওক
- Electronic Gadgets অনুমোদিত নহয়
❓ FAQ – SSC MTS Admit Card 2026
Q. SSC MTS Admit Card 2026 কেতিয়া প্ৰকাশ হৈছে?
Ans: SSC এ Admit Card অনলাইনত region-wise প্ৰকাশ কৰিছে।
Q. Admit Card ক'ৰ পৰা ডাউনলোড কৰিব পাৰি?
Ans: ssc.gov.in Websiteৰ পৰা ডাউনলোড কৰিব পাৰি।
🔔 Note: SSC MTS Admit Card 2026 সম্পৰ্কীয় সকলো আপডেটৰ বাবে Niyog Barta নিয়মিত ভিজিট কৰক।
