
ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট (BBCI), গুৱাহাটীয়ে “Adult and Pediatric Hematolymphoid Unit”ৰ বাবে চুক্তিভিত্তিকভাৱে Assistant, UDC, LDC, Food Supervisor, Kitchen Supervisor, Cook আৰু Driver পদত মুঠ ৫১টা খালী পদৰ বাবে এক চৰকাৰী নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে শেষ তাৰিখৰ আগতে অনলাইন আবেদন কৰিব পাৰিব।
নিয়োগৰ সংক্ষিপ্ত বিবৰণ
| সংস্থা |
ডাঃ বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট (BBCI), গুৱাহাটী |
| মুঠ পদ |
৫১ |
| চাকৰিৰ প্ৰকাৰ |
চুক্তিভিত্তিক |
| আবেদন পদ্ধতি |
অনলাইন |
| শেষ তাৰিখ |
১৬ মে’ ২০২৬ |
পদৰ বিৱৰণ
| পদৰ নাম |
পদৰ সংখ্যা |
বেতন |
| Assistant |
০৯ |
₹ ৪২,৪৮০/- |
| Upper Division Clerk (UDC) |
১৪ |
₹ ৩০,৬০০/- |
| Lower Division Clerk (LDC) |
২২ |
₹ ২৩,৮৮০/- |
| Food Supervisor |
০১ |
₹ ৪২,৪৮০/- |
| Kitchen Supervisor |
০১ |
₹ ৪২,৪৮০/- |
| Cook 'A' |
০২ |
₹ ২৩,৮৮০/- |
| Driver |
০২ |
₹ ২৩,৮৮০/- |
শিক্ষাগত যোগ্যতা
- Assistant: স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ৫০% নম্বৰসহ স্নাতক + ৫ বছৰৰ অভিজ্ঞতা
- UDC: ৫০% নম্বৰসহ স্নাতক + ২ বছৰৰ অভিজ্ঞতা
- LDC: স্নাতক + কম্পিউটাৰ ডিপ্লোমা
- Food/Kitchen Supervisor: Hotel Managementত স্নাতক
- Cook: ১০ম উত্তীৰ্ণ + খাদ্য প্ৰস্তুতিসম্পৰ্কীয় কোর্স
- Driver: SSC উত্তীৰ্ণ + বৈধ LMV/HMV ড্ৰাইভিং লাইচেন্স
বয়স সীমা
| পদ |
বয়স সীমা |
| Assistant |
৩৩ বছৰ |
| UDC |
২৭ বছৰ |
| LDC |
২৫ বছৰ |
| Supervisor পদসমূহ |
৩০ বছৰ |
| Cook |
২৫ বছৰ |
| Driver |
২৮ বছৰ |
| বয়সত ৰেহাই |
TMCৰ ইন-সাৰ্ভিছ প্ৰাৰ্থীসকলৰ বাবে ৫ বছৰ |
কিদৰে আবেদন কৰিব
প্ৰাৰ্থীসকলে তলত দিয়া অফিচিয়েল লিংকৰ জৰিয়তে কেৱল অনলাইন মোডত আবেদন কৰিব লাগিব।
- অনলাইন আবেদন ফৰ্ম সাৱধানে পূৰণ কৰক
- প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক
- শেষ তাৰিখৰ আগতে জমা কৰক
শেষ তাৰিখ: ১৬ মে’ ২০২৬ (সন্ধিয়া ৫:৩০ বজালৈ)
গুরুত্বপূর্ণ লিংকসমূহ
0 Comments